Download our android version

আমাৰ এনড্ৰইড সংস্কৰণটো খুবেই উচ্চ মানৰ। ইয়াক নিজৰ ম'বাইলত install কৰি হাতত থকা ম'বাইলতে অভিধান লৈ ফুৰিব পাৰিব আৰু যেতিয়াই তেতিয়াই শব্দৰ বানান, অৰ্থ, ইংৰাজী শব্দৰ অসমীয়া অৰ্থ আৰু অসমীয়া শব্দৰ ইংৰাজী অৰ্থ চাব পাৰিব। অৰ্থাৎ এই aadarxa bilingual dictionary নামৰ অভিধানখনত অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাৰ শব্দ চাব পাৰি। android version টোৰ দাম মাত্ৰ ১০০ টকা।
android version টোৰ এটা trial version-ও আছে। trial version-টো ৩০ দিনৰ পিছত নচলে। Pro বা original version টো স্থায়ী। trial version টো download কৰিবলৈ Google Play ত গৈ assamese dictionary বুলি সন্ধান কৰক বা ইয়াত ক্লিক কৰক।
Pro বা original version টো কিনিবলৈ Google Play ত গৈ aadarxa bilingual dictionary সন্ধান কৰক বা ইয়াত ক্লিক কৰক।
Pro বা original version টো কিনোতে payment কৰাৰ অসুবিধা পালে ওপৰত থকা Help menu-ত গৈ চাওক বা ইয়াত ক্লিক কৰক।

Our android version

aadarxa bilingual dictionary

AssamesetoEnglishDictionary

Go to Play Store of your Android phone and download it.

This page is still under construction.