site visitor: 4656

এতিয়াৰ পৰা হাতত থকা ম'বাইলতে অভিধান লৈ ফুৰিব পাৰিব আৰু যেতিয়াই তেতিয়াই শব্দৰ বানান, অৰ্থ, ইংৰাজী শব্দৰ অসমীয়া অৰ্থ আৰু অসমীয়া শব্দৰ ইংৰাজী অৰ্থ চাব পাৰিব। অৰ্থাৎ এই aadarxa bilingual dictionary নামৰ অভিধানখনত অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাৰ শব্দ চাব পাৰি। ইয়াৰ android version-টোৰ দাম মাত্ৰ ১০০ টকা। android version-টোৰ এটা trial version-ও আছে। trial version-টো ৩০ দিনৰ পিছত নচলে। Pro বা original version-টো স্থায়ী। trial version-টো download কৰিবলৈ Google Play-ত গৈ assamese dictionary বুলি সন্ধান কৰক বা ইয়াত ক্লিক কৰক।
Pro বা original version-টো কিনিবলৈ Google Play ত গৈ aadarxa bilingual dictionary সন্ধান কৰক বা ইয়াত ক্লিক কৰক।
Pro বা original version টো কিনোতে payment কৰাৰ অসুবিধা পালে ওপৰত থকা Help menu-ত গৈ চাওক।

Our android version

aadarxa bilingual dictionary

EnglishtoAssameseDictionaryApp

Go to Play Store of your Android phone and download it.

This website (Assamese Dictionary) of the institution named friendly tech (formerly was known as Aadarxa Software Home) is built to provide information about their products, provide contact information, booking and direct downloading facilities.

AssamesetoEnglish

This firm of information technology is such a software development institution where, high quality software in Assamese language are being developed and are being placed before customers at reasonable prices.

By this institution, Aadarxa Bilingual Dictionary, a very advanced software Assamese dictionary is being presented for the users. Its technical operations are comparable to the Concise Oxford Dictionary...
The dictionary is bilingual in nature, that is, one can search words of the both languages, Assamese and English, for their respective meaning.

English to Assamese
Moreover one typing software, that is, DTP Software of extraordinary quality for writing Assamese, Bengali, Hindi, Boro, Nepali, Sanskrit, etc. has been developed.

Main features of the aadarxa bilingual dictionary

  • এই ডিজিটেল অভিধানখনত মুঠ শব্দ ১,২০,০০০ ৰ অলপ বেছি।
  • এই অভিধানখন দ্বিভাষিক চৰিত্ৰৰ, অৰ্থাৎ ইয়াত অসমীয়া শব্দৰ ইংৰাজী অৰ্থ আৰু ইংৰাজী শব্দৰ অসমীয়া অৰ্থ, দুয়োটাই চাব পাৰি। অসমীয়া শব্দ চাবৰ বাবে Assamese বুটানটো আৰু ইংৰাজী শব্দ চাবৰ বাবে English বুটানটো টিপি ল’লেই হয়। ভাষা সলনি কৰিবৰ বাবে নতুন এটা window খুলিব লগীয়া নহয়।
  • ইয়াত শব্দবোৰ আৰম্ভণি আখৰবোৰ টাইপ কৰিলেই সেই আখৰ বা আখৰবোৰেৰে আৰম্ভ হোৱা শব্দবোৰৰ লানি দেখুৱাই দিয়ে।
  • ইয়াত শব্দবোৰৰ অৰ্থ চাবলৈ Enter টিপিব নালাগে বা মাউছেৰে ক্লিক কৰিব নালাগে, তালিকাৰ প্ৰথম শব্দটোৰ অৰ্থ নিজে নিজেই ল’ড হয়।
  • ইয়াত অসমীয়া শব্দ টাইপ কৰিবলৈ কোনো অন্য অসমীয়া টাইপিং সঁজুলিৰ দৰকাৰ নহয়। Assamese button টো Select কৰিলে আপোনাৰ keyboard –ত অসমীয়া আখৰ লিখা যাব।
  • ইয়াত শব্দবোৰৰ সমাৰ্থক আৰু বিপৰীত ৰূপ দেখুৱায় আৰু সেয়া শব্দটোৰ অৰ্থৰ তলতে দেখুৱায়। বেলেগকৈ চোৱাৰ দৰকাৰ নপৰে।
  • ইয়াত অৰ্থৰ বাকচত থকা শব্দবোৰত টিপি দিলে টিপা শব্দটোৰ অৰ্থও দেখুৱায়। এইদৰে অৰ্থৰ বাকচত থকা শব্দবোৰৰ ইটোৰ পিছত সিটো টিপি গৈ থাকিব পাৰি।
  • আগৰ শব্দবোৰলৈ পুনৰ ঘূৰি যাবলৈ ইয়াত এটা back বুটান আছে।
  • প্ৰাণী, উদ্ভিদ আদিৰ বৈজ্ঞানিক নাম আৰু ছবি অৰ্থৰ বাকচৰ তলতে দেখা যায়।

Pricing


PC version : Rs. 700.00 (Unicode DTP software included)

Android version : Rs. 100.00 (Payment thru Google Play)

AssamesetoEnglish

Here is an image of the English dictionary searching mechanism of the Aadarxa bilingual dictionary. If you check the 'English' radio button of the dictionary page, you will be able to search English words.
The Assamese meaning in explanation with some synonyms and antonyms of the searched English word will be displayed immediately and without pressing the Enter key. If the word is a name of a species of animal, bird, fish, etc. the scientific name or its family name will be shown. Many of the words have pictures with them which will be displayed below the meaning box.
We are constantly trying to upgrade this dictionary to the level of world class quality. At present time this is the most sought after digital dictionary in Assam. We have never come across a digital dictionary of this quality in India, both as an app and PC version. Credit may be shared with the users of the product who used to send us valuable feedback.
We have more than 5 thousand users of the PC version. New words have been added continuously and updates are delivered once in a year.
The capability of being installed in any Windows (OS) without any hassle is one of the most admired qualities of the package.
We are happy to share that this software (Aadarxa Assamese Software) received the 3rd best '5th eNorth East Award' in category of e-Learning & Education in the year 2014. The award was given by the North East Development Foundation.